বিশ্ব জনসংখ্যা দিৱস। মংগোলিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১২৭৪ স্কটলেণ্ডৰ ৰজা ৰবাৰ্ট ব্ৰছৰ জন্ম।
➡️১৬৫৭ পুছিয়াৰ ৰজা ফ্ৰেডৰিক দি গ্রেটৰ জন্ম।
➡️১৮৩২ সতীদাহ প্রথা বিলোপৰ বিৰোধিতা কৰি ভাৰতৰ এচাম গোড়া হিন্দুৱে কৰা আবেদন ব্রিটিছ সংসদৰ নামঞ্জুৰ।
➡️১৯১৬ প্রখ্যাত ৰুছ বিজ্ঞানী আলেকজেণ্ডাৰ মিখাইলোভিছ প্ৰখোৰভৰ অষ্ট্ৰেলিয়াত জন্ম।
➡️ ১৯৬৪ চনত তেওঁ লাভ কৰে পদার্থবিদ্যাৰ নোবেল বঁটা।
➡️১৯৭৪ ছুইডেনৰ সাহিত্যিক পাৰ ফবিয়ান লাগেৰভিষ্টৰ মৃত্যু। ১৯৫১ চনত তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯৮২ পশ্চিম জার্মানীক ৩-১ গ’লত পৰাস্ত কৰি ইটালী বিশ্বকাপ ফুটবলৰ চেম্পিয়ন।
➡️১৯৭৯ মার্কিন মহাকাশযান ‘স্কাইলেব’ ভূ-পতিত।
➡️১৯৮৯ প্রখ্যাত ব্রিটিছ অভিনেতা লৰেন্স অলিভিয়াৰৰ মৃত্যু।
➡️১৯৯১ মক্কাৰ পৰা হজ কৰি ওভতাৰ বাটত নাইজেৰিয়াৰ ২৫০জন হজযাত্ৰী আৰু ১৪জন বিমান কর্মীৰ বিমান দুর্ঘটনাত মৃত্যু।
➡️২০০৩ ঐতিহাসিক দিল্লী-লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ।
➡️ ২০০৩ বিশিষ্ট লেখক ভীষ্ম সাহনীৰ মৃত্যু।