আজি ১১ জুলাই

বিশ্ব জনসংখ্যা দিৱস। মংগোলিয়াৰ ৰাষ্ট্ৰীয় দিৱস।

➡️১২৭৪ স্কটলেণ্ডৰ ৰজা ৰবাৰ্ট ব্ৰছৰ জন্ম।

➡️১৬৫৭ পুছিয়াৰ ৰজা ফ্ৰেডৰিক দি গ্রেটৰ জন্ম।

➡️১৮৩২ সতীদাহ প্রথা বিলোপৰ বিৰোধিতা কৰি ভাৰতৰ এচাম গোড়া হিন্দুৱে কৰা আবেদন ব্রিটিছ সংসদৰ নামঞ্জুৰ।

➡️১৯১৬ প্রখ্যাত ৰুছ বিজ্ঞানী আলেকজেণ্ডাৰ মিখাইলোভিছ প্ৰখোৰভৰ অষ্ট্ৰেলিয়াত জন্ম।

➡️ ১৯৬৪ চনত তেওঁ লাভ কৰে পদার্থবিদ্যাৰ নোবেল বঁটা।

➡️১৯৭৪ ছুইডেনৰ সাহিত্যিক পাৰ ফবিয়ান লাগেৰভিষ্টৰ মৃত্যু। ১৯৫১ চনত তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা।

➡️১৯৮২ পশ্চিম জার্মানীক ৩-১ গ’লত পৰাস্ত কৰি ইটালী বিশ্বকাপ ফুটবলৰ চেম্পিয়ন।

➡️১৯৭৯ মার্কিন মহাকাশযান ‘স্কাইলেব’ ভূ-পতিত।

➡️১৯৮৯ প্রখ্যাত ব্রিটিছ অভিনেতা লৰেন্স অলিভিয়াৰৰ মৃত্যু।

➡️১৯৯১ মক্কাৰ পৰা হজ কৰি ওভতাৰ বাটত নাইজেৰিয়াৰ ২৫০জন হজযাত্ৰী আৰু ১৪জন বিমান কর্মীৰ বিমান দুর্ঘটনাত মৃত্যু।

➡️২০০৩ ঐতিহাসিক দিল্লী-লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ।

➡️ ২০০৩ বিশিষ্ট লেখক ভীষ্ম সাহনীৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.