আজি ১০ জুন

পর্তুগালৰ জাতীয় দিৱস।

➡️১৮৩৬ ফৰাচী পদাৰ্থ-বিজ্ঞানী আৰু গণিতজ্ঞ আন্দ্রে-মেৰী – এম্পিয়েৰৰ মৃত্যু।

➡️১৯৪৯ নৰৱেৰ নোবেল জয়ী মহিলা ঔপন্যাসিক ছিগ্রিড – উণ্ডছেটৰ জন্ম। ১৯২৮ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

➡️১৯৫৬ ষ্টকহোমত ষষ্ঠদশ অলিম্পিক ক্রীড়া সমাৰোহ আৰম্ভ।

➡️১৯৬৬ নাছিকত ‘মিগ’ যুঁজাৰু বিমানৰ উৎপাদন আৰম্ভ।

➡️১৯৭২ মুম্বাইৰ পৰা ভাৰতৰ প্ৰথম শীত-তাপ নিয়ন্ত্রিত, বিলাসবহুল যাত্রীবাহী জাহাজ ‘হর্ষবর্দ্ধন’ৰ যাত্ৰা আৰম্ভ।

➡️১৯৮৩ ব্ৰিটিছ সংসদৰ নিৰ্বাচনত ৰক্ষণশীল দলৰ নেত্ৰী মার্গাৰেট থেচাৰৰ পুনৰ ক্ষমতা দখল।

➡️১৯৯৯ কোছোভো শান্তি চুক্তি।ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা অর্থনৈতিক নিষেধাজ্ঞাৰ পাঁচ বছৰৰ বাবে প্ৰত্যাহাৰৰ পক্ষে মার্কিন ছিনেটৰ ভোটদান।

➡️শাৰদ পাৱাৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ সভাপতি নির্বাচিত।

➡️২০০২ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এৰ ডঃ এ পি জে আব্দুল কালামৰ নাম প্ৰস্তাৱ।

You might also like
Leave A Reply

Your email address will not be published.