১৭৮১ ইংৰাজ অভিযন্তা তথা ৰে’ল ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেন্দনৰ জন্ম।
১৮৩৪ ভাৰতত বাস কৰা ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ আৰু পৰৱৰ্তী বাজেট অধিৱেশন নতুন ৰাজধানী দিছপুৰত পতাৰ কথা ঘোষণা।
১৯৭৫ ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেটৰ সূচনা। ইয়াৰ পিছত প্রতি চাৰি বছৰৰ অন্তৰে অন্তৰে এই প্রতিযোগিতা অনুষ্ঠিত হৈ আহিছে।
১৯৭৯ ভাৰতৰ দ্বিতীয়টো কৃত্রিম উপগ্রহ ‘ভাস্কৰ-১’ ছোভিয়েট ৰাছিয়াৰ চিয়েছ লেকৰ পৰা উৎক্ষেপণ, ৪৪৪ কিলোগ্রাম ওজনৰ এই পৰীক্ষামূলক উপগ্ৰহৰ আৰ্হি- পৰিকল্পনা আৰু নিৰ্মাণ আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰ’ৰ (ISRO)। এইটো উপগ্ৰহৰ সহায়ত ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰা হয়।
১৯৮২ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু। ১৯৮৬ সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু। ১৯৯৭ ফ্রেন্স অপেনত মহেশ ভূপতিৰ মিক্সড ডাবল্ খিতাপ লাভ।
২০০০ বর্ষীয়ান সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like