➡️১৭৮১ ইংৰাজ অভিযন্তা তথা ৰে’ল ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেন্দনৰ জন্ম।
➡️১৮৩৪ ভাৰতত বাস কৰা ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ আৰু পৰৱৰ্তী বাজেট অধিৱেশন নতুন ৰাজধানী দিছপুৰত পতাৰ কথা ঘোষণা।
➡️১৯৭৫ ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেটৰ সূচনা। ইয়াৰ পিছত প্রতি চাৰি বছৰৰ অন্তৰে অন্তৰে এই প্রতিযোগিতা অনুষ্ঠিত হৈ আহিছে।
➡️১৯৭৯ ভাৰতৰ দ্বিতীয়টো কৃত্রিম উপগ্রহ ‘ভাস্কৰ-১’ ছোভিয়েট ৰাছিয়াৰ চিয়েছ লেকৰ পৰা উৎক্ষেপণ, ৪৪৪ কিলোগ্রাম ওজনৰ এই পৰীক্ষামূলক উপগ্ৰহৰ আৰ্হি- পৰিকল্পনা আৰু নিৰ্মাণ আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰ’ৰ (ISRO)। এইটো উপগ্ৰহৰ সহায়ত ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰা হয়।
➡️১৯৮২ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু। ১৯৮৬ সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু। ১৯৯৭ ফ্রেন্স অপেনত মহেশ ভূপতিৰ মিক্সড ডাবল্ খিতাপ লাভ।
➡️২০০০ বর্ষীয়ান সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Prev Post
Next Post
You might also like