আজি ১১ ছেপ্টেম্বৰ

আজি ১১ ছেপ্টেম্বৰ

➡️১৮৯৩ স্বামী বিবেকানন্দৰ চিকাগোৰ ধৰ্ম মহাসম্মিলত ভাষণ প্রদান।
➡️১৯৩৩ ইংৰাজ সমাজসেৱিকা, সংস্কাৰক এনি বেছান্তৰ মৃত্যু।

➡️১৯৪৮ মহম্মদ আলী জিন্নাৰ মৃত্যু।
➡️২০০১ সন্ত্রাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্কৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্রেড চেণ্টাৰৰ দুটা যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস।
➡️২০০৭ ‘পৃথিৱীত প্রতিদিনে ৩,০০০ লোকে আত্মহত্যা কৰে’- বিশ্ব স্বাস্থ্য সংস্থাৰ ঘোষণা।
➡️১৯১৭ ফিলিপাইন্‌ৰ ৰাষ্ট্ৰপতি ফার্ডিনাণ্ড মার্কেকাছৰ জন্ম।
➡️১৮৮৫ ইংৰাজ ঔপন্যাসিক, কবি, গল্পকাৰ ডি এইচ লৰেন্সৰ ইংলেণ্ডত জন্ম।

You might also like
Leave A Reply

Your email address will not be published.