➡️১৫২৪ পর্তুগালৰ ৰাজপ্রতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্রী ভাস্কো ডা-গামাৰ তৃতীয় তথা অন্তিমবাৰৰ বাবে ভাৰতলৈ আগমন।
➡️১৮৯৭ মার্কিন ঔপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম। ১৯৭৪ পঞ্চম পঞ্চবার্ষিক পৰিকল্পনা চূড়ান্ত।
➡️১৯৭০ প্রথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু। তেওঁৰ ‘অল কোৱায়েট অন দ্য বেষ্টার্ন ফ্রন্ট’ (১৯২৯) এখন বিশ্ববিখ্যাত উপন্যাস। প্রথম মহাসমৰৰ পটভূমিত লিখা সম্ভৱতঃ এইখন সর্বশ্রেষ্ঠ আলেখ্য।
➡️১৮৬৬ মার্কিন জীৱবিজ্ঞানী টমাছ হান্ট মর্গানৰ জন্ম। তেওঁ ১৯৩৩ চনত চিকিৎসা-বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like