আজি ১৩ নৱেম্বৰ

▶️১৭৮০ চনৰ আজিৰ দিনটোতেই ‘পঞ্জাৱ কেশৰী’ মহাৰাজা ৰঞ্জিত সিংহৰ জন্ম হৈছিল।
▶️১৮৩১ চনৰ আজিৰ দিনটোতেই স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ জন্ম হৈছিল।
▶️১৯২৩ চনৰ এই দিনটোতেই সাহিত্যিক, অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হৈছিল।
▶️১৯৩১ চনৰ আজিৰ দিনটোতেই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা।নোবেল বঁটা লাভ কৰা কবিগুৰুৱেই প্ৰথম ভাৰতীয়।
▶️১৯৪৭ চনৰ এই দিনটোতেই সাহিত্যিক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দেহাৱসান।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ দেহাৱসান।
▶️২০০০ চনৰ এই দিনটোতেই সাহিত্যিক, অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰনাথ গোস্বামীৰ দেহাৱসান।।

You might also like
Leave A Reply

Your email address will not be published.