আজি ১৩ ফেব্ৰুৱাৰী

▶️১৮৬১ চনৰ এই দিনটোতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে আব্ৰাহাম লিংকনৰ কাৰ্যভাৰ গ্ৰহণ।
▶️১৮৭৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী আৰু কবি সৰোজিনী নাইডুৰ জন্ম হৈছিল।
▶️১৯৫৩ চনৰ এই দিনটোতেই অসম বিজ্ঞান সমিতিৰ জন্ম হৈছিল। আদিতে ইয়াৰ নাম আছিল গুৱাহাটী বিজ্ঞান সমিতি।১৯৫৬ চনত অসম বিজ্ঞান সমিতি নামেৰে নামাকৰণ কৰা হয়।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ৰাজ্য চৰকাৰৰ দ্বাৰা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল(BTC) গঠনৰ অনুমোদন।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই সাহিত্য অকাডেমী বঁটা বিজয়ী যশস্বী সাহিত্যিক মেদিনী চৌধুৰীৰ দেহাৱসান ঘটিছিল।

You might also like
Leave A Reply

Your email address will not be published.