প্ৰচণ্ড ভূমিকম্পই কঁপালে ছিকিম!

প্ৰচণ্ড ভূমিকম্পই কঁপালে ছিকিম!

নেচনেল ডেস্ক:

সোমবাৰে পুৱাই প্ৰায় ৪.১৫ বজাত প্ৰচণ্ড ভূমিকম্পই কঁপালে ছিকিম। ছিকিমৰ ইউকচমৰ পৰা ৭০ কিলোমিটাৰ উত্তৰ-পশ্চিমে সংঘটিত হয় এই ভূমিকম্প।ৰিখটাৰ স্কেলত ৪.৩ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো।
ভূমিকম্পটোৰ উৎপত্তিস্থল ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত।এই তথ্য সদৰি কৰে ৰাষ্ট্ৰীয় ভূমকম্পন বিজ্ঞান কন্দ্ৰই। এই পৰ্যন্ত কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.