আজি ১৫ ফেব্ৰুৱাৰী

▶️১৪৮৩ চনৰ এই দিনটোতেই ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰৰ জন্ম হৈছিল।
▶️১৫৬৪ চনৰ আজিৰ দিনটোতেই ইটালীৰ বিজ্ঞানী আৰু জ্যোতিৰ্বিদ গেলিলিঅ গেলিলিৰ জন্ম হৈছিল।
▶️১৮৬৯ চনৰ এই দিনটোতেই উৰ্দু কবি মিৰ্জা গালিবৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ‘ইণ্ডিয়ান এক্সপ্ৰেছ’লৈ প্ৰথম আই পি আই ইণ্ডিয়া বঁটা।
▶️২০০৫ চনৰ এই দিনটোতেই প্ৰীতি বৰুৱালৈ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.