আজি ১৬ অক্টোবৰ

▶️আজি বিশ্ব খাদ্য দিৱস।
▶️১৮৮৮ চনৰ আজিৰ দিনটোতেই মাৰ্কিন নাট্যকাৰ ইউজিন অ’ নীলৰ জন্ম হৈছিল।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই হৰগোবিন্দ খোৰানালৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।এই বঁটা লাভ কৰা তেওঁ তৃতীয়জন ভাৰতীয়।
▶️১৯০৮ চনৰ আজিৰ দিনটোতেই সাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯০৫ চনৰ আজিৰ দিনটোতেই লৰ্ড কাৰ্জনৰ প্ৰথম বংগ বিভাজন আইন কাৰ্যকৰী।
▶️১৭৫৮ চনৰ আজিৰ দিনটোতেই ইংৰাজী ভাষাৰ অভিধান ৰচয়িতা নোৱা ৱেবষ্টাৰৰ আমেৰিকাত জন্ম। ‘আমেৰিকান ডিক্সনেৰী অব দ্য ইংলিছ লেংগুৱেজ’ (১৮৪০) তেওঁৰ এখন প্ৰসিদ্ধ অভিধান।
▶️১৯৬৯ চনৰ এই দিনটোতেই ভাৰতৰ নাৰী শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদ উদ্বোধন।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই বিশ্ব খাদ্য সংস্থা প্ৰতিষ্ঠা।
▶️১৯৯০ চনৰ এই দিনটোতেই আফ্ৰিকাৰ মুক্তি আন্দোলনৰ নেতা নেলচন মেণ্ডেলালৈ ভাৰতৰত্ন সন্মান।
▶️১৯৫১ চনৰ এই দিনটোতেই ৰাৱালপিণ্ডিত এক বক্তৃতা প্ৰদান কালত আততায়ীৰ গুলীত নিহত হৈছিল পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী লিয়াকৎ আলী খান।।

 

You might also like
Leave A Reply

Your email address will not be published.