আজি ১৬ ফেব্ৰুৱাৰী

▶️আজি লিথুৱানিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৯০৭ চনৰ এই দিনটোতেই ইটালীৰ কবি জি কাৰডুচিৰ মৃত্যু হৈছিল। ১৯০৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৪৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা দাদা চাহেব ফাল্কেৰ মৃত্যু হৈছিল।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল শ্ৰীপ্ৰকাশ।১৯৫০ চনৰ ২৬ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই খ্যাতনামা ভাৰতীয় বিজ্ঞানী মেঘনাদ সাহাৰ মৃত্যু হৈছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই ভাৰতত দ্বিতীয় লোকসভা গঠনৰ বাবে নিৰ্বাচন আৰম্ভ। ভোটদান পৰ্ব শেষ হৈছিল ৬ জুনত।
▶️১৯৮০ চনৰ এই দিনটোতেই ভাৰতত পূৰ্ণগ্ৰাস সূৰ্য্যগ্ৰহণ ঘটিছিল।
▶️১৯৮২ চনৰ এই দিনটোতেই ভাৰতত প্ৰথমবাৰৰ বাবে জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই আমীৰ খান প্ৰযোজিত চলচ্…

You might also like
Leave A Reply

Your email address will not be published.