আজি ১৭ জুলাই

▶️আজি ইৰাকৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৪৫৩ চনৰ আজিৰ দিনটোতেই সপ্তম চাৰ্লছৰ নেতৃত্বাধীন ফৰাচী বাহিনীৰ ইংৰাজৰ বিৰুদ্ধে জয়লাভ। ফ্ৰান্সত ইংৰাজ শাসনৰ অন্ত। এশ বছৰীয়া যুদ্ধৰ সামৰণি।
▶️১৭২৩ চনৰ আজিৰ দিনটোতেই স্কটলেণ্ডৰ অৰ্থনীতিবিদ, দাৰ্শনিক, ৰাজনীতিক,অৰ্থনীতিৰ জনক আডাম স্মিথৰ মৃত্যু।
▶️১৮৮৯ চনৰ এই দিনটোতেই মাৰ্কিন ৰহস্য ঔপন্যাসিক আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ জন্ম।
▶️১৮৮৯ চনৰ এই দিনটোতেই ১ মে’ৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস বা মে’ দিৱস ৰূপে পালনৰ সিদ্ধান্ত।
▶️১৯৪৮ চনৰ এই দিনটোতেই ভাৰতত নিয়োগৰ ক্ষেত্ৰত মহিলাৰ প্ৰতি থকা সকলো বাধা নিষেধ প্ৰত্যাহাৰ।
▶️১৯৭৬ চনৰ আজিৰ দিনটোতেই মন্ট্ৰিলত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই তামিলনাডুৰ ৰাজধানী মাদ্ৰাজৰ নাম চেন্নাই ৰূপে সলনি।

You might also like
Leave A Reply

Your email address will not be published.