আজি ১৮ ডিচেম্বৰ

➡️জাতীয় চেতনা দিৱস।
➡️১৩৯৯ পাণিপথৰ যুদ্ধত টাইমুৰৰ হাতত দিল্লীৰ চুলতান মহম্মদ টোগলক পৰাস্ত, টাইমুৰৰ দিল্লী দখল।
➡️১৬২১ জাহাংগীৰৰ পত্নী নুৰজাহানৰ মৃত্যু।
➡️১৭৭৮ ইংৰাজ বিজ্ঞানী বিজ্ঞানী হামফ্ৰে ডেভিৰ জন্ম। ‘নিৰাপদ চাকি’ তেওঁৰ স্মৰণীয় আৱিষ্কাৰ।
➡️১৯০৩ আমেৰিকাৰ ৰাইট ভাতৃদ্বয়ৰ প্ৰথম ইঞ্জিনচালিত উৰাজাহাজ নিৰ্মাণ আৰু উৰণসম্পন্ন।
➡️স্কটলেণ্ডৰ প্ৰসিদ্ধ বিজ্ঞানী উইলিয়াম টমছন কেলভিনৰ মৃত্যু।
➡️১৯৪০ মহাত্মা গান্ধীৰ ব্যক্তিগত সত্যাগ্ৰহ আন্দোলন স্থগিত।
➡️১৯৪৪ শিক্ষাবিদ শৰৎ চন্দ্ৰ গোস্বামীৰ মৃত্যু।
➡️১৯৬১ পৰ্তুগীজৰ হাতৰ পৰা ভাৰতীয় সেনাৰ দমন আৰু দিউ উদ্ধাৰ।
➡️১৯৬৮ কবি, নাট্যকাৰ শৈলধৰ ৰাজখোৱাৰ মৃত্যু।
➡️১৯৮৮ বৰোদাত ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত এখন এদিনীয়া খেলত মহম্মদ আজহাৰউদ্দিন ৬২টা বলত ১০০ ৰান সংগ্ৰহ। ই এক বিশ্ব ৰেকৰ্ড।
➡️২০০২ অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ মৃত্যু।
➡️২০০৬ প্ৰসিদ্ধ কাৰ্টুন চৰিত্ৰ ‘টম এণ্ড জেৰী’ৰ স্ৰষ্টা জো বাৰবাৰৰ (৯৫) মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.