আজি ২৩ ছেপ্টেম্বৰ

▶️আজি বছৰৰ দিন-ৰাতি সমান দিন।
▶️১৮৩৯ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডৰ জন্ম হৈছিল।
▶️১৮৪৬ চনৰ আজিৰ দিনটোতেই ফৰাচী বিজ্ঞানী,গণিতজ্ঞ উৰবেইন লেভেৰিয়াৰৰ নেপচুন গ্ৰহ আৱিষ্কাৰ।
▶️১৮৬২ চনৰ এই দিনটোতেই প্ৰসিদ্ধ ৰাজনীতিবিদ শ্ৰীনিৱাস শাস্ত্ৰীৰ জন্ম হৈছিল।
▶️১৯০১ চনৰ এই দিনটোতেই চেকোশ্লোভাকিয়াৰ যশস্বী কবি ইয়াৰোশ্লাভ ছাইফাৰ্টৰ জন্ম হৈছিল। চেকোশ্লোভাকিয়াৰ তেঁৱেই প্ৰথম সাহিত্যত নোবেল বিজেতা।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই ছোভিয়েট ৰাছিয়াৰ প্ৰথম পাৰমাণৱিক বোমা বিস্ফোৰণ।
▶️১৯৬৫ চনৰ এই দিনটোতেই ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি।
▶️১৯৭২ চনৰ এই দিনটোতেই বিশিষ্ট কবি পাবলো নেৰুডাৰ মৃত্যু ঘটিছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম স্থল ক্ষেপনাস্ত্ৰ পৃথ্বীৰ সফল পৰীক্ষণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ৱৰ্ল্ড ট্ৰেড চেন্টাৰ ধ্বংসৰ ঘটনাত মৃতকৰ সংখ্যা ৬ হেজাৰ বুলি আমেৰিকাৰ চৰকাৰী তথ্য প্ৰকাশ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সন্মিলন আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.