আজি ২৩ মাৰ্চ

➡️আজি পাকিস্তানৰ জাতীয় দিৱস।
➡️বিশ্ব বতৰ বিজ্ঞান দিৱস।
➡️১৯৫৭ চনত ৰবাৰ্ট ক্লাইভৰ নেতৃত্বত ব্ৰিটিছ বাহিনীৰ ফৰাচীৰ হাতৰ পৰা চন্দন নগৰ দখল।
➡️১৯৩৬ চনত অসমলৈ ছপাশালৰ আগমন হয়। এই দিনটোতে নাথান ব্ৰাউন আৰু অলিভাৰ কট্টৰ এটা ছপাশালসহ অসমত উপস্থিত হয়হি।
➡️১৯৯৮ চনৰ আজিৰ দিনটোতে কবি নলিনীবালা দেৱীৰ জন্ম হয়।
➡️১৯১০ চনত ইত্তৰ প্ৰদেশৰ আকবৰপুৰত সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ জন্ম।
➡️১৯২৪ চনত সাহিত্যিক বীৰেণ বৰককীৰ জন্ম।
➡️১৯৩১ চনত এজন ব্ৰিটিছ কনিষ্টবলক হত্যা কৰাৰ অপৰাধত দুজন সহযোগীৰ (সুখদেৱ আৰু শিৱৰাম) সৈতে ভগৎ সিঙৰ ফাঁচি।
➡️১৯৪০ চনত মুছলিম লীগৰ পাকিস্তান গঠনৰ প্ৰস্তাৱ গ্ৰহণ।
➡️১৯৯৯ চনত গল্পকাৰ, ঔপন্যাসিক প্ৰবীণা শইকীয়াৰ মৃত্যু।
➡️১৯৯৯ চনত স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাসক ‘পদ্মভূষণ’ সন্মান লাভ প্ৰদান কৰে।
➡️২০০০ চনত অসমৰ শৰীৰ-চৰ্চাবিদ বিজিৎ গগৈৰ ভাৰতশ্ৰী সন্মান লাভ।
➡️২০০১ চনত ১৫ বছৰ সফলতাৰে কাৰ্য সমাধা কৰাৰ পিছত ৰাছিয়াৰ মহাকাশ ষ্টেচন ‘মিৰ’ক ধ্বংস।
➡️২০০৩ চনত বিশ্বকাপ ক্ৰিকেটত তেণ্ডুলকাৰৰ ‘মেন অব্ দা টুৰ্নামেন্ট’ৰ খিতাপ অৰ্জন। ভাৰতক হৰুৱাই অষ্ট্ৰেলিয়া চেম্পিয়ন।

You might also like
Leave A Reply

Your email address will not be published.