আজি ২৯ জুলাই

▶️১৫০৬ চনৰ আজিৰ দিনটোতেই পৃথিৱীৰ প্ৰথম গোলক (Globe) নিৰ্মাতা জাৰ্মানীৰ মাৰ্টিন বেহাইমৰ মৃত্যু।
▶️১৮৯০ চনৰ আজিৰ দিনটোতেই চিত্ৰশিল্পী ভিনচেণ্ট ভেনগঘৰ আত্মহত্যা।
▶️১৮৯১ চনৰ আজিৰ দিনটোতেই সমাজ সংস্কাৰক, শিক্ষাবিদ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মৃত্যু।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই ডিব্ৰুগড়ৰ পৰা বেণুধৰ শৰ্মাৰ সম্পাদনাত সাদিনীয়া সংবাদপত্ৰ ‘তৰুণ অসম’ৰ প্ৰকাশ।
▶️১৯৪৮ চনৰ এই দিনটোতেই লণ্ডনত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী অৰুণা আছফ আলীৰ মৃত্যু।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই টাটা শিল্পগোষ্ঠীৰ প্ৰধান জে আৰ ডি টাটাৰ পেৰিছত জন্ম।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই বিশ্ববিশ্ৰুত চলচ্চিত্ৰকাৰ লুই বুনুৱেলৰ ৮৩ বছৰ বয়সত মৃত্যু।
▶️১৭৪৮ চনৰ এই দিনটোতেই ফ্ৰান্সৰ বিৰুদ্ধে সংঘটিত যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় কৰাৰ অৰ্থে প্ৰথমটো ব্ৰিটিছ সেনাদল ভাৰতত উপস্থিত।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই মস্কো অলিম্পিকৰ হকীত ভাৰতৰ স্বৰ্ণজয়।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই পাইলটবিহীন ভাৰতৰ প্ৰথমখন উৰাজাহাজ ‘মিনি’ৰ সফল পৰীক্ষা।
▶️১৮৭৬ চনৰ এই দিনটোতেই ভাৰতৰ বিজ্ঞান সংস্থা গঠন।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই নিৰ্মল ৰায়ৰ নেতৃত্বত কোকৰাঝাৰত সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম।।

You might also like
Leave A Reply

Your email address will not be published.