➡️১৭২৭ চনত বিজ্ঞানী ছাৰ আইজাক নিউটনৰ মৃত্যু। নিউটনৰ মৃত্যুৰ পৰম্পৰাগত তাৰিখ ২০ মাৰ্চ।
➡️১৯১৪ চনত মেক্সিকোৰ কবি-সাহিত্যিক-সমালোচক অক্টাভিঅ’ পাজৰ জন্ম। ১৯৯০ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
➡️১৯২৮ চনত সাহিত্যিক মেদিনী চৌধুৰীৰ জন্ম।
➡️১৯৬৪ চনত মুম্বাইত চিৰদিনৰ বাবে ইলেকট্ৰিক ট্ৰামৰ প্ৰচলন বন্ধ হয়।
➡️২০০১ চনত শচীন তেণ্ডুলকাৰ এদিনীয়া ক্ৰিকেটত ১০,০০০ ৰান অতিক্ৰম কৰা প্ৰথম খেলুৱৈ হিচাপে পৰিগণিত।
➡️২০০৬ চনত যশস্বী কেশৱ মহন্তৰ মৃত্যু হয়।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩১ মাৰ্চ
Prev Post
Next Post
You might also like