আজি ৩ অক্টোবৰ

▶️আজি বিশ্ব আৱাস দিৱস।
▶️১৮৬৭ চনৰ আজিৰ দিনটোতেই চিলাই কলৰ আৱিষ্কাৰক ইলিয়াছ হাউৰ মৃত্যু ঘটিছিল।
▶️১৯৩৫ চনৰ আজিৰ দিনটোতেই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডেৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই বিশ্ব ট্ৰেড ইউনিয়ন ফেডাৰেচন প্ৰতিষ্ঠা হৈছিল।
▶️১৯৫৮ চনৰ এই দিনটোতেই ইংলেণ্ডৰ প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষণ।
▶️১৯৭৭ চনৰ এই দিনটোতেই দুৰ্নীতিৰ অভিযোগত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক গ্ৰেপ্তাৰ।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো টেষ্টটিউব বেবীৰ জন্ম। এই তথ্য অৱশ্যে আনুষ্ঠানিকভাৱে স্বীকৃত নহয়।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত সৰোদবাদক বাহাদুৰ খানৰ মৃত্যু।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট লেখিকা নাদিন গাৰ্দিমাৰলৈ সাহিত্যৰ নোবেল বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.