মায়ানগৰী মুম্বাই, বাংগালুৰুৰ পাছত এইবাৰ ছেক্স ৰেকেটৰ ভয়ংকৰ জাল অসমত!মহানগৰীত অনলাইন মাধ্যমত চলিছে দেহ ব্যৱসায়ৰ নেটৱৰ্ক! গুজৰাটৰ পৰা গুৱাহাটীলৈ চলিছে অনলাইন ছেক্স ৰেকেট!অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত চলোৱা আৰক্ষীৰ তদন্তত এইবাৰ টুইটাৰত ছেক্স ৰেকেটৰ ভয়ংকৰ জাল পেলোৱাৰ তথ্য পোহৰলৈ আহিছে।
গুৱাহাটীত অনলাইন ছেক্স ৰেকেট চলোৱা এজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।পানবজাৰৰ মিনাৰ্ভা হোটেলৰ পৰা টুইটাৰত বিজ্ঞাপন প্ৰকাশেৰে দেহ ব্যৱসায় চলাই অহাৰ অপৰাধত ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে নয়নমণি পাটোৱাৰী নামৰ লোকজনক।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Related Posts
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like