ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৪ গৰাকী লোক। আক্ৰান্ত সকলৰ ৩ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ আৰু ১ গৰাকী বৰপেটা জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৩,০১১ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২০ গৰাকী আক্ৰান্তৰ। আৰোগ্যৰ হাৰ ৯৮.৭৩ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.