৬ ৰাজ্যত উপ নিৰ্বাচন ঘোষণা নিৰ্বাচনী আয়োগৰ!

নেচনেল ডেস্ক:

৬খন ৰাজ্যত উপ নিৰ্বাচন ঘোষণা কৰিলে নিৰ্বাচনী আয়োগে । ঘোষণা কৰা মতে উপ নিৰ্বাচন অনুষ্ঠিত হব ৩ নৱেম্বৰত । আনহাতে ভোট গণনা কৰা হ’ব ৬ নৱেম্বৰত। মুঠ ৭ টা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্য কেইখন হৈছে মহাৰাষ্ট্ৰ, বিহাৰ, হাৰিয়ানা, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু ওড়িশা।।

You might also like
Leave A Reply

Your email address will not be published.