ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত ৫ শতাংশৰ তললৈ নামিল সংক্রমণৰ হাৰ। মহামাৰীৰ মৃত্যুৰ ৰূপ অব্যাহত। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৯০ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৫,৬৯৯ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৬৭০ জন লোক, আক্ৰান্তৰ হাৰ ৪ .৯১ শতাংশ । আনহাতে দেশত তললৈ নামিল দৈনিক সংক্রমণ। দেশত ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২,১১,২৯৮ আৰু মৃত্যু ৩,৮৪৭ গৰাাকীৰ।।

You might also like
Leave A Reply

Your email address will not be published.