নিউজ ডেস্কঃ
Related Posts
পুনৰ বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু অসমৰ এজন যুৱকৰ। নিহত যুৱকজন বদৰপুৰৰ ঘোঁৰামাৰা গাঁৱৰ ৰাজেশ দাস বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি কৰ্মসূত্ৰে বাংগালুৰুলৈ গৈছিল যুৱকজন। যুৱকজনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে।।