স্পৰ্টছ ডেস্ক-
ইতিহাস সৃষ্টিৰে টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰিলে অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে।কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ শক্তিশালী প্ৰতিদ্বন্দি চেন নিয়েন চিনক ৪‐১ৰ ব্যৱধানত ধৰাশয়ী কৰি টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই।।
Recover your password.
A password will be e-mailed to you.
স্পৰ্টছ ডেস্ক-
ইতিহাস সৃষ্টিৰে টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰিলে অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে।কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ শক্তিশালী প্ৰতিদ্বন্দি চেন নিয়েন চিনক ৪‐১ৰ ব্যৱধানত ধৰাশয়ী কৰি টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই।।
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post