অসমত ওলাল বিশ্ব কিংবদন্তিৰ ঘড়ী চোৰ

ব্যুৰ’ ৰিপৰ্ট-

অসমত উদ্ধাৰ হল মাৰাডোনাৰ চুৰি ঘড়ী। ফুটবল তাৰকা মাৰাডোনাৰ এটা বিলাসী ঘড়ীৰ চুৰি সন্দৰ্ভত অসমত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। মাৰাডোনাৰ বিলাসী ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ শিৱসাগৰৰ ৱাজিদ হুছেইন নামৰ এজন যুৱক। ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক। ৩মাহ পুৰ্বে ডুবাইৰ পৰা শিৱসাগৰলৈ আহিছিল ৱাজিদ হুছেইন। কৰ্মসূত্ৰে ২০১৫ৰ পৰা ডুবাইত আছিল ৱাজিদ। উল্লেখ্য যে তাৰকা ফুটবলাৰ মাৰাডোনাৰ বিলাসী হাবলট ঘড়ীটোৰ মূল্য ১২ লাখ টকা।।

You might also like
Leave A Reply

Your email address will not be published.