দেশৰ আন এক সফল উৎক্ষেপন

এক্সটেণ্ডেড ৰেঞ্জ পিনাকা (পিনাকা-ই আৰ) মাল্টি বেৰেল ৰকেট লাঞ্চাৰ প্ৰণালীৰ সফল পৰীক্ষণমূলক উৎক্ষেপন। শুকুৰবাৰে পোখৰাণ ৰেঞ্জত এক্সটেণ্ডেড ৰেঞ্জ পিনাকা (পিনাকা-ই আৰ) মাল্টি বেৰেল ৰকেট লাঞ্চাৰ প্ৰণালীৰ সফলভাৱে কৰা হৈছিল পৰীক্ষণমূলক উৎক্ষেপন। এই প্ৰণালীটো প্ৰস্তুত কৰা হৈছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (DRDO) অস্ত্ৰ-শস্ত্ৰ গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানৰ লগতে পুনেস্থিত উচ্চ শক্তি সামগ্ৰী গৱেষণাগাৰত।

উল্লেখ্য যে, এক্সটেণ্ডেড ৰেঞ্জ পিনাকা হৈছে আগৰ পিনাকা ৰকেটৰ এক উন্নীত সংস্কৰণ যি এক দশকৰ পৰা ভাৰতীয় সেনাৰ সৈতে সেৱাত আছে।।

You might also like
Leave A Reply

Your email address will not be published.