অসম পালেহি অ’মিক্ৰন!

অসমত প্ৰথমগৰাকী লোকৰ দেহত অ’মিক্ৰনৰ অৱস্থিতিৰ সন্দেহ। শোণিতপুৰ জিলাৰ বালিপাৰাৰ বুঢ়াগাঁও চাপৰিৰ সূৰ্য বাহাদুৰ তামাং নামৰ লোকজনৰ দেহত মাৰাত্মক ভাইৰাছৰ লক্ষণ। ছৌদি আৰৱত কৰ্মৰত লোকজন কাটাৰৰ পৰা ডুবাই হৈ অসমলৈ আহিছিল। সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছে লোকজনক।।

You might also like
Leave A Reply

Your email address will not be published.