আজি ১০ ফেব্ৰুৱাৰী

➡️১৭৬৩ সপ্ত বছৰব্য়াপী যুদ্বৰ অৱসান। পেৰিছ চুক্তি স্বাক্ষৰিত।
➡️১৮৩৭ প্ৰখ্যাত ৰুছ সাহিত্য়িক আলেকজেণ্ডাৰ পুস্কিনৰ মৃত্যু।
➡️১৮৯০ ৰাছিয়াৰ সাহিত্য়িক বৰিছ পাষ্টেৰনাকৰ জন্ম।
➡️১৮৯৮ জাৰ্মান নাট্য়কাৰ বাৰ্টোল্ট ব্ৰেখ্টৰ জন্ম।
➡️১৯১২ প্ৰসিদ্ধ বিজ্ঞানী যোছেফ লিষ্টাৰৰ মৃত্যু ।
➡️১৯২৩ জাৰ্মান পদাৰ্থবিজ্ঞানী উইলহেম ৰন্টজেনৰ মৃত্যু।
➡️১৯৩১ নতুন দিল্লীক ভাৰতৰ ৰাজধানী ৰূপে উদ্বোধন।
➡️১৯৭৯ অৰুণাচল প্ৰদেশৰ নতুন ৰাজধানী ইটানগৰ আনুষ্ঠানিকভাৱে মুকলি।
➡️২০০১ সাংবাদিক, ঔপন্যাসিক নিৰোদ চৌধুৰীৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.