আজি ১১ ডিচেম্বৰ

➡️১১৯৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ দাৰ্শনিক আৰু বিজ্ঞানী ইৱন ৰুশ্বডৰ মৃত্যু হৈছিল।
➡️১৮৪৩ চনৰ ১১ ডিচেম্বৰ তাৰিখে জাৰ্মান বিজ্ঞানী ৰবাৰ্ট কখৰ জন্ম হৈছিল।
➡️১৯৬৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ডবা খেলুৱৈ বিশ্বনাথন আনন্দৰ জন্ম হৈছিল।
➡️২০০৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে প্ৰসিদ্ধ কৰ্ণাটকী ধ্ৰুপদী সংগীতজ্ঞ এম এছ শুভলক্ষ্মীৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে টেষ্ট ক্ৰিকেটত ৩৪ টা শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰে সুনীল গাভাস্কাৰৰ টেষ্ট শতকৰ সৈতে সমতা স্থাপন কৰিছিল।
➡️১৯১৮ চনৰ আজিৰ দিনটোতে ৰাচিয়াৰ সাহিত্যিক আলেকজেণ্ডাৰ ছোলঝে নিটছাইনৰ জন্ম হৈছিল। তেওঁ ১৯৭০ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.