আজি ১২ আগষ্ট

▶️১৬০২ চনৰ এই দিনটোতেই আকবৰ নামে খ্যাত আবুল ফজলৰ মৃত্যু হৈছিল।
▶️১৭৬৫ চনৰ আজিৰ দিনটোতেই বংগৰ গৱৰ্নৰ ৰবাৰ্ট ক্লাইভৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰ পৰা বংগ,বিহাৰ আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ। ব্ৰিটিছ অধিকৃত ভাৰতৰ ইতিহাসত ই এক অতি তাৎপৰ্যপূৰ্ণ সংঘটন। ইয়েই আছিল ভাৰতত ইংৰাজ শাসনৰ আৰম্ভণি।
▶️১৮৪৮ চনৰ এই দিনটোতেই ৰে’লৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনছনৰ মৃত্যু হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম ছাৰাভাইৰ জন্ম হৈছিল।
▶️১৯৩৫ চনৰ আজিৰ দিনটোতেই নীলমণি ফুকনৰ সম্পাদনাত প্ৰথম অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক বাতৰি’ৰ প্ৰকাশ।
▶️১৯৫৫ চনৰ এই দিনটোতেই প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক টমাছ মানৰ মৃত্যু।১৯২৯ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৫ চনৰ এই দিনটোতেই মাৰ্কিন বিজ্ঞানী জেমছ বি ছুমনাৰৰ মৃত্যু।১৯৪৬ চনত তেঁও ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই কেছেট জগতৰ সম্ৰাট গুলছন কুমাৰক হত্যা কৰা হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই আমেৰিকান সৈন্যৰ আক্ৰমণত ১৬৫ গৰাকী ইৰাকী সৈন্য নিহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.