আজি ১৩ এপ্ৰিল

➡️আজি জালিয়ানৱালাবাগ দিৱস।
➡️১৭৪৩ চনত মাৰ্কিন ৰাজনীতিবিদ তথা ৰাষ্ট্ৰপতি টমাছ জেফাৰছনৰ জন্ম।
➡️১৯০৫ চনত উত্তৰ প্ৰদেশত প্ৰবল ভূমিকম্প হয়, ফলত ১৫ হাজাৰ লোকৰ মৃত্যু হয়।
➡️১৯০৬ চনত সাহিত্যিক ছেমুৱেল বেকটৰ জন্ম। ১৯৬৯ চনত বেকটে নোবেল বঁটা লাভ কৰে।
➡️১৯১৯ চনত পঞ্জাবৰ জালিয়ানৱালাবাগত ইংৰাজৰ অপ্ৰৰোচিত গুলীচালনাত ৪০০ লোক নিহত হয়, আৰু ১,২০০ লোক আহত হয়।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হয়।

You might also like
Leave A Reply

Your email address will not be published.