আজি ১৪ আগষ্ট

▶️আজি পাকিস্তানৰ স্বাধীনতা দিৱস।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই কেৰালাৰ মালায়ালম ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে কেৰালা সাহিত্য অকাডেমি গঠন।
▶️১৮৯৩ চনৰ এই দিনটোতেই পেৰিছত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ প্লেট লগোৱাৰ ৰীতি আৰম্ভ।
▶️১৯৪৭ চনৰ এই দিনটোতেই ভাৰত বিভাজন।স্বতন্ত্ৰ স্বাধীন ৰাষ্ট্ৰ ৰূপে পাকিস্তানৰ জন্ম।
▶️১৯৪৫ চনৰ আজিৰ দিনটোতেই মিত্ৰশক্তিৰ ওচৰত জাপানৰ আত্মসমৰ্পণ। দ্বিতীয় মহাসমৰৰ অৱসান।
▶️১৮৬২ চনৰ এই দিনটোতেই বোম্বাই উচ্চ ন্যায়ালয় মুকলি।
▶️১৯৮৮ চনৰ এই দিনটোতেই মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান।
▶️১৯৫৬ চনৰ এই দিনটোতেই প্ৰসিদ্ধ জাৰ্মান নাট্যকাৰ বাৰ্টোল্ড ব্লেখটৰ মৃত্যু।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই এজনী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ আৰু পিছত হত্যাৰ অভিযোগত ধনঞ্জয় চেটাৰ্জীৰ ফাঁচি।
▶️১৯২৩ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত সাংবাদিক কুলদীপ নায়াৰৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.