আজি ১৪ ফেব্ৰুৱাৰী

➡️ভেলেন্টাইন ডে’।

➡️১৪৭৩ পোলেণ্ডৰ জ্য়োতিবিজ্ঞানী, আধুনিক জ্য়োতিবিজ্ঞানৰ প্ৰতিষ্ঠাতা নিকোলাছ ক’পাৰনিকাছৰ জন্ম।
➡️১৫৫৬ মাত্ৰ ১৩ বছৰ ৪ মাহ বয়সতে আকবৰৰ মোগল ৰাজপাটত আৰোহণ।
➡️১৭৬৬ ইংৰাজ অৰ্থনীতিবিদ টমাছ ৰবাৰ্ট মালথাছৰ জন্ম।
➡️১৭৭৯ ইংৰাজ অভিযাত্ৰী জেম্ছ কুকৰ মৃত্য়ু।
➡️১৯১৯ জাতিসংঘ প্ৰতিষ্ঠা।
➡️১৯৮০ শিল্পী ৰুদ্ৰ বৰুৱাৰ মৃত্যু।
➡️১৯৯৯ ইম্ফলত পঞ্চম ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ।
➡️২০০৫ গ্ৰেমী বঁটা ঘোষণা, নোৰা জোন্ছলৈ পুনৰ সন্মান।
➡️লেবাননৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰফিক হৰিৰিক হত্য়া।
➡️২০০৫ মুখ্য় মন্ত্ৰী স্ব-নিয়োজনৰ এখন আচঁনি কল্পতৰু’ৰ অধীনত ২লাখ নিবনুৱাৰ সংস্থাপনাৰ্থে ১০৫ কোটি টকা ব্য়য়ৰ লক্ষ্য়।

You might also like
Leave A Reply

Your email address will not be published.