আজি ১৫ ফেব্ৰুৱাৰী

➡️১৪৮৩ চনৰ ১৫ ফেব্ৰুৱাৰীৰ দিনটোতে ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ জন্ম হৈছিল।
➡️১৫৬৪ চনৰ আজিৰ দিনটোতে ইটালীৰ বিজ্ঞানী আৰু জ্যোতিৰ্বিদ গেলিলিঅ’ গেলিলিৰ জন্ম হৈছিল।
➡️১৮৬৯ চনৰ এই দিনটোতে উৰ্দু কবি মিৰ্জা গালিবৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে ‘ইণ্ডিয়ান এক্সপ্ৰেছ’লৈ প্ৰথম আই পি আই ইণ্ডিয়া বঁটা প্ৰদান কৰা হৈছিল।
➡️২০০৫ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে প্ৰীতি বৰুৱাক সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰদান।।

You might also like
Leave A Reply

Your email address will not be published.