আজি ১৬ এপ্ৰিল

▶️আজি ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দিৱস (ৰাণীৰ জন্মদিন)।
▶️১৮৫৩ চনৰ আজিৰ দিনটোতেই ভাৰতত প্ৰথম ৰে’লগাড়ীৰ চলাচল আৰম্ভ হৈছিল মুম্বাইৰ পৰা থানেলৈ। দুৰত্ব ৩৪ কিলোমিটাৰ।
▶️১৮৮৯ চনৰ এই দিনটোতেই বিশ্ববিশ্ৰুত কৌতুক অভিনেতা,পৰিচালক, প্ৰযোজক, লেখক চাৰ্লি চেপলিনৰ লণ্ডনত জন্ম হৈছিল।
▶️১৯১৬ চনৰ আজিৰ দিনটোতেই বংগৰ শান্তিনিকেতনত বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই শিক্ষাবিদ, দাৰ্শনিক, স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মৃত্যু ঘটিছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই বুৰঞ্জীবিদ হেৰম্বকান্ত বৰপূজাৰীৰ মৃত্যু হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.