আজি ১৬ নৱেম্বৰ

➡️বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস
➡️১৮৩৫ ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ বাৰাণসীত জন্ম।
➡️১৮৯৪ বুৰঞ্জীবিদ তথা সাহিত্যিক বেণুধৰ শৰ্মাৰ জন্ম।
➡️১৯৪৯ ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ।
➡️১৯৫২ কোকৰাঝাৰৰ বাসুগাঁৱত বড়ো সাহিত্য সভা গঠন।
➡️১৯৮৮ পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে ভাৰতৰ পূৰ্ণ স্বীকৃতি।
➡️১৯৯২ সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ মৃত্যু।
➡️১৯৯৮ মহাজাগতিক পৰিঘটনা; ভিন্ন ঠাইত উল্কাবৃষ্টি।
➡️২০০২ পাকিস্তানৰ সামৰিক শাসক পাৰভেজ মুছাৰফ ৰাষ্ট্ৰপতি পদলৈ পুনৰ নিৰ্বাচিত।

You might also like
Leave A Reply

Your email address will not be published.