আজি ১৬ ফেব্ৰুৱাৰী

আজি ১৬ ফেব্ৰুৱাৰী

লিথুৱানিয়াৰ ৰাষ্ট্ৰীয় দিৱস।

➡️১৯০৭ ইটালীৰ কবি জি কাৰডুচিৰ মৃত্য়ু। ১৯০৬ চনত তেওঁ সাহিত্য়ৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৪৪ ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা দাদা চাহেব ফাল্কেৰ মৃত্য়ু।
➡️১৯৪৯ শ্ৰীপ্ৰকাশ অসমৰ ৰাজ্য়পাল। ১৯৫০ চনৰ ২৫ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৫৬ খ্য়াতনামা ভাৰতীয় বিজ্ঞানী মেঘনাদ সাহাৰ মৃত্য়ু।
➡️১৯৫৭ ভাৰতৰ দ্বিতীয় লোকসভা গঠনৰ বাবে নিৰ্বাচন আৰম্ভ, ভোটদান পৰ্ব শেষ হয় ৬ জুনত।
➡️১৯৮০ ভাৰতত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ।
➡️১৯৮২ ভাৰতত প্ৰথমবাৰৰ বাবে জৱহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত।
➡️২০০২ আমীৰখান প্ৰযোজিত চলচ্চিত্ৰ ‘লগান’নৈ আঠোটাকৈ ফিল্ম ফেয়াৰ বঁটা ঘোষণা।
➡️২০০৫ পুৰাতাত্ত্বিক খননত চীনত চাৰি হাজাৰ বছৰ পুৰণি নগৰ আৱিষ্কাৰ।

You might also like
Leave A Reply

Your email address will not be published.