▶️আজি ছিৰিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
▶️আজি বিশ্ব হেমোফিলিয়া দিৱস।
▶️১৭৯০ চনৰ আজিৰ দিনটোতেই মাৰ্কিন বিজ্ঞানী,ৰাজনীতিবিদ বেঞ্জামিন ফ্ৰেংকলিনৰ মৃত্যু হৈছিল।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই বিশ্বশান্তিৰ হকে ইণ্ডোনেছিয়াৰ বাণ্ডুঙত এছিয়া আৰু আফ্ৰিকাৰ স্বাধীন দেশসমূহৰ মাজত ঐতিহাসিক বাণ্ডুং সন্মিলন অনুষ্ঠিত হৈছিল। জৱাহৰলাল নেহৰুৰ পঞ্চশীল নীতিৰ আধাৰত এই সন্মিলনেই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ বাট মুকলি কৰিছিল।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই বি কে (ব্ৰজকুমাৰ) নেহৰু অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল। ১৯৭০ চনৰ ৭ ডিচেম্বৰলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯২ চনৰ এই দিনটোতেই ৰাছিয়াই ‘ৰাছিয়া’ আৰু ‘ফেডাৰেচন ৰাছিয়া’ নাম লয়।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বাজপেয়ী চৰকাৰৰ আস্থাৰ ভোটত পৰাজয়।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ভাষাতাত্ত্বিক-সাহিত্যাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীক ২০০১ চনৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৭ এপ্ৰিল
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like