১৫৯৭ চনত আজিৰ দিনটোতেই মেৱাৰৰ ৰাণা প্ৰতাপ সিংহৰ মৃত্যু।
১৭৩৬ চনত স্কটলেণ্ডৰ যন্ত্ৰবিদ, আধুনিক ভাপ ইঞ্জিনৰ আৱিষ্কাৰক জেমছ ৱাটৰ জন্ম।
১৮৬০ চনত ৰীচ নাট্যকাৰ আৰু চুটিগল্প লেখক এণ্টন ছেকভৰ জন্ম।
১৮৮৯ চনত অসমৰ প্ৰথম স্নাতক, বিশিষ্ট সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যু।
১৯৮২ বিৰোধী ট্ৰেড ইউনিয়নৰ আহ্বানত ভাৰত বন্ধ।
১৯৮৭অৱসৰ গ্ৰহণৰ মাত্ৰ দুঘণ্টা পূৰ্বে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে এন দত্ত ওঝাৰ শপত গ্ৰহণ।
১৯৯৯ বিশিষ্ট অভিনেতা-পৰিচালক প্ৰশান্ত হাজৰিকাৰ মৃত্যু।
২০০৩ ইৰাকী প্ৰতিৰক্ষা শিবিৰত মাৰ্কিন-বৃটেইন যুটীয়া বাহিনীৰ আকস্মিক বিমান আক্ৰমণ।
২০০৪ টি এছ কৃষ্ণমূৰ্তিক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে নিযুক্তি।
২০০৭ ইউৰোপৰ ভিন্ন স্থানত হোৱা প্ৰচণ্ড ধুমুহাত যথেষ্ঠ সংখ্যক ধন-জন হানি।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৯ জানুৱাৰী
Prev Post
You might also like