আজি ১৯ জানুৱাৰী

➡️১৫৯৭ চনত আজিৰ দিনটোতেই মেৱাৰৰ ৰাণা প্ৰতাপ সিংহৰ মৃত্যু।
➡️১৭৩৬ চনত স্কটলেণ্ডৰ যন্ত্ৰবিদ, আধুনিক ভাপ ইঞ্জিনৰ আৱিষ্কাৰক জেমছ ৱাটৰ জন্ম।
➡️১৮৬০ চনত ৰীচ নাট্যকাৰ আৰু চুটিগল্প লেখক এণ্টন ছেকভৰ জন্ম।
➡️১৮৮৯ চনত অসমৰ প্ৰথম স্নাতক, বিশিষ্ট সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যু।
➡️১৯৮২ বিৰোধী ট্ৰেড ইউনিয়নৰ আহ্বানত ভাৰত বন্ধ।
➡️১৯৮৭অৱসৰ গ্ৰহণৰ মাত্ৰ দুঘণ্টা পূৰ্বে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে এন দত্ত ওঝাৰ শপত গ্ৰহণ।
➡️১৯৯৯ বিশিষ্ট অভিনেতা-পৰিচালক প্ৰশান্ত হাজৰিকাৰ মৃত্যু।
➡️২০০৩ ইৰাকী প্ৰতিৰক্ষা শিবিৰত মাৰ্কিন-বৃটেইন যুটীয়া বাহিনীৰ আকস্মিক বিমান আক্ৰমণ।
➡️২০০৪ টি এছ কৃষ্ণমূৰ্তিক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে নিযুক্তি।
➡️২০০৭ ইউৰোপৰ ভিন্ন স্থানত হোৱা প্ৰচণ্ড ধুমুহাত যথেষ্ঠ সংখ্যক ধন-জন হানি।

You might also like
Leave A Reply

Your email address will not be published.