আজি ২০ ফেব্ৰুৱাৰী

➡️অৰুণাচল আৰু মিজোৰাম দিৱস।
➡️১৯৩২ সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ভবেনদ্ৰনাথ শইকীয়াৰ জন্ম।
➡️১৯৪৭-১৯৪৮ চনৰ জুনৰ ভিতৰত ইংৰাজে ভাৰত ত্যাগ কৰিব বুলি ব্ৰিটিছ প্ৰধান মন্ত্ৰী ক্লিমেন্ট এটলিৰ ঘোষণা।
➡️ক্ষমতা হস্তান্তৰৰ বাবে মাউন্টবেটেনক ভাইচৰয় ৰূপে নিযুক্তি।
➡️১৯৮৭ অৰুণাচল প্ৰদেশৰ পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ।
➡️মিজোৰামক ভাৰতৰ ২৩ তম অংগৰাজ্যৰূপে স্বীকৃতি প্ৰদান।
➡️২০০১ প্ৰাক্তন গৃহমন্ত্ৰী, জ্যেষ্ঠ কমিউনিষ্ট নেতা ইন্দ্ৰজিৎ গুপ্তৰ মৃত্যু।
➡️২০০৪ বড়ো সাহিত্যৰ সভাৰ ৪৩ সংখ্যক অধিৱেশন আৰম্ভ।
➡️২০০৭ হিন্দুস্তান ইউনিলিভাৰ লিমিটেড।

You might also like
Leave A Reply

Your email address will not be published.