আজি ২৩ ডিচেম্বৰ

➡️১৯০২ আহমেদাবাদত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অষ্টাদশ বার্ষিক অধিৱেশন আৰম্ভ।

➡️১৯১২ ভাৰতৰ ভাইচৰয় লর্ড হার্ডিঞ্জ আততায়ীৰ বোমাত দিল্লীত নিহত।

➡️১৯২১ শান্তিনিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বভাৰতীৰ আনুষ্ঠানিকভাৱে উদ্বোধন। অৱশ্যে ১৯১৮ চনতে ই স্থাপিত হয়।

➡️১৯২৯ ইলাৰাম দাসৰ জন্ম।

➡️১৯৫২ অসম আন্দোলনৰ নেতা, অসমৰ প্ৰাক্তন মুখ্য মন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ জন্ম।

➡️১৯৬৮ ভাৰতৰ প্ৰথম বতৰ নিৰীক্ষক উপগ্রহ ‘মেনকা’ৰ সফল উৎক্ষেপণ।

➡️১৯৯৩ প্রধান মন্ত্রী পি ভি নৰসিংহ ৰাওৰ ‘প্রধান মন্ত্রী স্থানীয় এলেকা উন্নয়ন প্রকল্প’ ঘোষণা। এই প্রকল্পৰ জৰিয়তে প্ৰতিগৰাকী সাংসদে নিজ নিজ এলেকাৰ উন্নয়নৰ বাবে এক কোটি টকা মঞ্জুৰ কৰাৰ দিহা কৰা হয়।

➡️১৯৯৯ ‘বিপন্ন সময়’ উপন্যাসৰ বাবে মেদিনী চৌধুৰীলৈ ১৯৯৯ চনৰ সাহিত্য অকাডেমী বঁটা।

➡️২০০০ পাকিস্তানৰ কণ্ঠশিল্পী নুৰজাহানৰ মৃত্যু।

➡️২০০২ বিশিষ্ট সাহিত্যিক ডঃ সর্বেশ্বৰ ৰাজগুৰুৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.