আজি ২৩ ফেব্ৰুৱাৰী

আজি ২৩ ফেব্ৰুৱাৰী

গিয়েনাৰ গণতন্ত্ৰ দিৱস।
ব্ৰুনেইৰ স্বাধীনতা দিৱস।
➡️খ্ৰীষ্টপূৰ্ব ৫৭ উজ্জয়িনীৰ ৰজা বিক্ৰমাদিত্যৰ হাতত শক ৰজা পৰাজিত। এই দিনটোক স্মৰণীয় কৰি ৰখাৰ অৰ্থে বিক্ৰমাদিত্যই প্ৰৱৰ্তন কৰে ‘বিক্ৰম পঞ্জিকা’ৰ।
➡️১৮২১ ইংৰাজ কবি জন কীট্ছৰ মৃত্যু।
➡️১৮৫৫ জাৰ্মান গণিতজ্ঞ তথা বিজ্ঞানী ফ্ৰেডৰিক গাউছৰ মৃত্যু।
➡️১৯১৩ প্ৰসিদ্ধ যাদুকৰ পি চি সৰকাৰৰ (প্ৰতুল চন্দ্ৰ সৰকাৰ) জন্ম।
➡️১৯৯৭ ক্ল’নিং পদ্ধতিৰে সৃষ্ট প্ৰথমটো প্ৰাণী ‘ডলী’ৰ জন্ম।
➡️২০০৪ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অভিনেতা বিজয় আনন্দৰ মৃত্যু।
➡️২০০৫ বিৰল মহাজাগতিক পৰিঘটনা, পৃথিৱীৰ পৰা ৫০,০০০ আলোকবৰ্ষ দূৰৈত হিৰোচিমাৰ পাৰমাণৱিক বোমাতকৈও সহস্ৰগুন প্ৰবল বিস্ফোৰণ।
➡️২০০৭ বাংলাদেশৰ নোবেলজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ ৰাজনীতিত যোগদান। তেওঁৰ ৰাজনৈতিক দলৰ নাম নাগৰিক শক্তি।

You might also like
Leave A Reply

Your email address will not be published.