আজি ২৬ ফেব্ৰুৱাৰী

➡️ভাৰতত চিপাহী বিদ্ৰোহ সূচনাৰ সংকেত আৰম্ভ হৈছিল ১৮৫৭ চনৰ আজিৰ দিনটোতে।
➡️১৮৫৮ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচী হৈছিল।
➡️১৯৬৬ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে স্বাধীনতা সংগ্ৰামী, সমাজসেৱক বিনায়ক দামোদৰ ছাভাৰকাৰৰ মৃত্যু হৈছিল।
➡️১৯৮১ চনৰ এই দিনটোতে বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ মৃত্যু হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে বিশ্ব ক্ৰিকেটৰ কিংবদন্তি ছাৰ ডন ব্ৰেডমেনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.