➡️ভাৰতত চিপাহী বিদ্ৰোহ সূচনাৰ সংকেত আৰম্ভ হৈছিল ১৮৫৭ চনৰ আজিৰ দিনটোতে।
➡️১৮৫৮ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচী হৈছিল।
➡️১৯৬৬ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে স্বাধীনতা সংগ্ৰামী, সমাজসেৱক বিনায়ক দামোদৰ ছাভাৰকাৰৰ মৃত্যু হৈছিল।
➡️১৯৮১ চনৰ এই দিনটোতে বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ মৃত্যু হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে বিশ্ব ক্ৰিকেটৰ কিংবদন্তি ছাৰ ডন ব্ৰেডমেনৰ মৃত্যু হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৬ ফেব্ৰুৱাৰী
Next Post
You might also like