আজি ২৯ জুলাই

➡️১৫০৬ চনৰ আজিৰ দিনটোতে পৃথিৱীৰ প্ৰথম গোলক নিৰ্মাতা জাৰ্মানীৰ মাৰ্টিন বেহাইমৰ মৃত্যু হৈছিল।
➡️১৮৯০ চনৰ এই দিনটোতে চিত্ৰশিল্পী ভিনচেণ্ট ভেন গগে আত্মহত্যা কৰিছিল।
➡️১৮৯১ চনৰ ২৯ জুলাই তাৰিখে সমাজ সংস্কাৰক, শিক্ষাবিদ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মৃত্যু হৈছিল।
➡️১৯৮৬ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী অৰুণা আছফ আলীৰ মৃত্যু হৈছিল।
➡️১৯০৪ চনৰ এই দিনটোতে টাটা শিল্পগোষ্ঠীৰ প্ৰধান জে আৰ ডি টাটাৰ পেৰিছত জন্ম হৈছিল।
➡️১৯৮৩ চনৰ ২৯ জুলাই তাৰিখে বিশ্ববিশ্ৰুত চলচ্চিত্ৰকাৰ লুই বুনুৱেলৰ ৮৩ বছৰ বয়সত মৃত্যু হৈছিল।
➡️১৯৮০ চনৰ আজিৰ দিনটোতে মস্কো অলিম্পিকত ভাৰতে হকীত সোণৰ পদক অৰ্জন কৰিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.