➡️আজিৰ দিনটো ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস হিচাপে পালন কৰা হয়।
➡️১৮২৯ চনৰ এই দিনটোতে ইংৰাজ বিজ্ঞানী হামফ্ৰে ডেভিৰ মৃত্যু হৈছিল।
➡️১৯১৭ চনৰ ২৯ মে’ তাৰিখে আমেৰিকাৰ ৩৫ সংখ্যক ৰাষ্ট্ৰপতি জন ফিটজাৰেল্ড কেনেডীৰ জন্ম হৈছিল।
➡️১৯৮৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চৰণ সিঙৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ এই দিনটোতে অৰুন্ধতী ৰয়লৈ ‘ছিডনী পীচ প্ৰাইজ’ আগবঢ়োৱা হৈছিল।।