▶️আজি বেলাৰুছৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৯১২ চনৰ আজিৰ দিনটোতেই সাহিত্যিক গিৰিধৰ শৰ্মাৰ জন্ম হৈছিল।
▶️১৯৬২ চনৰ এই দিনটোতেই আলজেৰিয়াৰ স্বাধীনতা লাভ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ভেনাছ উইলিয়ামছৰ উইম্বলডনত মহিলাৰ ছিংগলছ খিতাপ অৰ্জন। ৰ’জাৰ ফেডেৰাৰৰ ক্ৰমাগত তৃতীয়বাৰলৈ উইম্বলডনৰ পুৰুষৰ ছিংগলছ খিতাপ লাভ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩ জুলাই
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like