আজি ৪ জুলাই

▶️আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱস।
▶️আজি ভেনিজুৱেলাৰ জাতীয় দিৱস।
▶️১৭৭৬ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ১৩ খন ৰাজ্যৰ স্বাধীনতা লাভ। ‘স্বাধীনতাৰ ঘোষণাপত্ৰ’ গৃহীত।
▶️১৮২৬ চনৰ এই দিনটোতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি টমাছ জেফাৰছনৰ মৃত্যু হৈছিল।
▶️১৮৪৬ চনৰ এই দিনটোতেই ফিলিপাইনছৰ স্বাধীনতা লাভ।
▶️১৮৯৮ চনৰ আজিৰ দিনটোতেই গান্ধীবাদী নেতা,ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী(অস্থায়ী) গুলজাৰিলাল নন্দৰ জন্ম হৈছিল।
▶️১৯০২ চনৰ আজিৰ দিনটোতেই স্বামী বিবেকানন্দৰ মৃত্যু।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই মাৰ্কিন মহাকাশযান ‘পাথফাইণ্ডাৰ’ৰ মংগলপৃষ্ঠত অৱতৰণ।
▶️১৯৩৪ চনৰ আজিৰ দিনটোতেই ফৰাছী পদাৰ্থবিদ মেৰী কুৰীৰ মৃত্যু।
▶️১৯৬০ চনৰ আজিৰ দিনটোতেই ভাষা আন্দোলনত হোৱা গুলীচালনাত কটন কলেজৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰী নিহত হৈছিল।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী,ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোৰ ফাঁচি।
▶️১৯৮৬ চনৰ এই দিনটোতেই সুনীল গাভাস্কাৰ ১১৫ খন টেষ্ট মেচ খেলা প্ৰথম খেলুৱৈৰূপে পৰিগনিত।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই উইম্বলডনৰ মিক্সড ডাবলছত লিয়েণ্ডাৰ পেজৰ ‘গ্ৰেণ্ডশ্লেম’ অৰ্জন।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ‘ইউৰো-২০০৪’ত গ্ৰীচ চেম্পিয়ন।
▶️২০০৮ চনৰ আজিৰ দিনটোতেই শিৱচৰণ মাথুৰ অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত। কাৰ্যকালতে ২০০৯ চনৰ ২৫ জুনত মাথুৰৰ মৃত্যু ঘটিছিল।
▶️২০১২ চনৰ আজিৰ দিনটোতেই ‘সুগন্ধি পখিলাৰ কবি’ হীৰেন ভট্টাচাৰ্যৰ দেহাৱসান ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.