১৪৮৩ চনৰ আজিৰ দিনটোতেই ইটালীৰ প্ৰসিদ্ধ চিত্ৰকৰ ৰাফেলৰ (সম্পূৰ্ণ নাম ৰাফেল’ ছানজিঅ’) জন্ম হৈছিল।১৫২০ চনৰ এই দিনটোতেই তেওঁৰ মৃত্যু ঘটিছিল।
১৮৯৬ চনৰ আজিৰ দিনটোতেই এথেন্সত প্ৰথম আধুনিক অলিম্পিক আৰম্ভ হৈছিল। এই ক্ৰীড়া সমাৰোহ ১৫ এপ্ৰিল পৰ্যন্ত চলিছিল।
১৯০৯ চনৰ এই দিনটোতেই মাৰ্কিন অভিযাত্ৰী ৰবাৰ্ট পিয়েৰীৰ উত্তৰ মেৰুত প্ৰথম খোজ।
১৯১৭ চনৰ আজিৰ দিনটোতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।
১৯১৯ চনৰ এই দিনটোতেই ৰাওলাট আইনৰ প্ৰতিবাদত দেশজুৰি হৰতাল।
১৯২৮ চনৰ আজিৰ দিনটোতেই নোবেল বঁটা বিজয়ী সাহিত্যিক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কুৱেজৰ জন্ম হৈছিল।
১৯৩০ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডিযাত্ৰা।
১৯৯০ চনৰ আজিৰ দিনটোতেই কলা-সংস্কৃতি বিষয়ক অসমীয়া সাপ্তাহিক ‘চিত্ৰ সংবাদ’ৰ প্ৰকাশ।
২০০০ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৬ এপ্ৰিল
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like