আজি ৬ এপ্ৰিল

▶️১৪৮৩ চনৰ আজিৰ দিনটোতেই ইটালীৰ প্ৰসিদ্ধ চিত্ৰকৰ ৰাফেলৰ (সম্পূৰ্ণ নাম ৰাফেল’ ছানজিঅ’) জন্ম হৈছিল।১৫২০ চনৰ এই দিনটোতেই তেওঁৰ মৃত্যু ঘটিছিল।
▶️১৮৯৬ চনৰ আজিৰ দিনটোতেই এথেন্সত প্ৰথম আধুনিক অলিম্পিক আৰম্ভ হৈছিল। এই ক্ৰীড়া সমাৰোহ ১৫ এপ্ৰিল পৰ্যন্ত চলিছিল।
▶️১৯০৯ চনৰ এই দিনটোতেই মাৰ্কিন অভিযাত্ৰী ৰবাৰ্ট পিয়েৰীৰ উত্তৰ মেৰুত প্ৰথম খোজ।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।
▶️১৯১৯ চনৰ এই দিনটোতেই ৰাওলাট আইনৰ প্ৰতিবাদত দেশজুৰি হৰতাল।
▶️১৯২৮ চনৰ আজিৰ দিনটোতেই নোবেল বঁটা বিজয়ী সাহিত্যিক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কুৱেজৰ জন্ম হৈছিল।
▶️১৯৩০ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডিযাত্ৰা।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই কলা-সংস্কৃতি বিষয়ক অসমীয়া সাপ্তাহিক ‘চিত্ৰ সংবাদ’ৰ প্ৰকাশ।
▶️২০০০ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত।।

You might also like
Leave A Reply

Your email address will not be published.