আজি ৭ ফেব্ৰুৱাৰী

আজি ৭ ফেব্ৰুৱাৰী

➡️গ্ৰেনেডাৰ স্বাধীনতা দিৱস।
➡️১৮১২ ইংৰাজ সাহিত্য়িক, ঔপন্যাসিক চাৰ্লছ ডিকেন্সৰ জন্ম।
➡️১৮৮৫ মাৰ্কিন সাহিত্য়িক ছিনক্লেয়াৰ লুইৰ জন্ম। ১৯৩০ চনত তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯৯৯ জৰ্ডানৰ ৰজা হুছেইন হ’বন টালালৰ ৬৩ বছৰ বয়সত মৃত্যু। ১৯৫২ চনৰ পৰা তেওঁ জৰ্ডানৰ ৰজা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️একেটা ইনিংছতে দহটা উইকেট দখল কৰি অনিল কুম্বলেৰ বিশ্ব অভিলেখ স্থাপন। ৪৩ বছৰ আগতে ইংলেণ্ডৰ জিম লেকাৰে এই ৰেকৰ্ড কৰিছিল।
➡️২০০১ ইৰিয়েল শ্বেৰন ইজৰাইলৰ প্ৰধান মন্ত্ৰী ৰূপে নিৰ্বাচিত।
➡️২০০৪ হোজাইত অসম সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক অধিৱেশন আৰম্ভ।
➡️টি এছ কৃষ্ণমূৰ্তিৰ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ। ২০০৪ চনৰ ১৫ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️২০০৫ ভিছা আইন উলংঘা কৰাৰ অভিযোগত নৰৱেৰ মডেল নিগাৰ খানক ভাৰত ত্যাগৰ নিৰ্দেশ

You might also like
Leave A Reply

Your email address will not be published.